HS 1st Year Online Admission 2026 (Assam) – Darpan Portal ত সম্পূৰ্ণ গাইড

HS 1st Year Online Admission

HS 1st Year Online Admission – যদি আপুনি এইবাৰ HSLC পৰীক্ষা পাছ কৰিছে আৰু ভাবি আছে যে ১১শ শ্ৰেণীত কেনেকৈ ভর্তি ল’ব, তেন্তে এই articleটো আপোনাৰ বাবে। Assam ত HS 1st Year admission এতিয়া সম্পূৰ্ণ online হৈ গৈছে, আৰু এই কামৰ বাবে ব্যৱহাৰ কৰা হয় Darpan Portal। প্ৰথমবাৰ online form fill up কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে … Read more